Surprise Me!

চাৰি বছৰত বেদখলমুক্ত ৰাজ্যৰ ১১৯৫৪৮ বিঘ‍া ভূমি, উচ্ছেদিত ৫০ হাজাৰ লোক: মুখ্যমন্ত্রী

2025-07-15 4 Dailymotion

উচ্ছেদ, বেদখলমুক্ত ভূমিত বনানীকৰণ আদি কেইবাটাও বিষয়ক লৈ মুখ্যমন্ত্ৰীৰ সংবাদমেল । চাৰিবছৰত বেদখলমুক্ত কৰা ভূমিৰ পৰিমাণ কিমান ?