এজাক মহিলাই দেখুৱাইছে প্ৰকৃত অসমীয়াগিৰি । মৰাণৰ অমৃত সৰোবৰ পুখুৰীত মৎস্য পালন কৰি কুইণ্টলে কুইণ্টলে বিক্ৰী কৰিছে মাছ ।