Surprise Me!

অসমত কমিছে সৰ্প দংশনত মৃত্যুৰ সংখ্যা; এগৰাকী ব্যক্তিৰ সাপ সংৰক্ষণৰ ওপৰত নিৰলস প্ৰচেষ্টা

2025-07-16 14 Dailymotion

বিশ্ব সৰ্প দিৱস উপলক্ষে সাপ উদ্ধাৰ, সংৰক্ষণ তথা সৰ্প দংশনৰ সজাগতাৰ ওপৰত অহৰহ কাম কৰি যোৱা এজন ব্যক্তিৰ ওপৰত এক বিশেষ প্ৰতিবেদন ।