ম্যানমাৰৰ আলফা (স্বাধীন)ৰ শিবিৰৰ বিধ্বংসী ৰূপৰ ফটো আৰু ভিডিঅ' প্ৰকাশ ৷ ভয়াৱহ ড্ৰোণ আক্ৰমণৰ ফটো-ভিডিঅ'ৰ লগতে নিহত তিনি নেতাৰ ফটো প্ৰেৰণ আলফা (স্বাধীন)ৰ ৷