Surprise Me!

পাহৰণিৰ গৰ্ভত পৰম্পৰাগত কৃষি পদ্ধতি: কৃষিক জীৱিকা হিচাপে গ্ৰহণৰ আহ্বান এজন যুৱ কৃষকৰ

2025-07-17 5 Dailymotion

প্ৰকৃতিৰ লগত নিবিড় সম্পৰ্ক থকা কৃষি পদ্ধতি ক্ৰমাৎ পাহৰণিৰ গৰ্ভত । আধুনিক যন্ত্ৰপাতিৰ পৰশত ক্ৰমশঃ হেৰাই গৈছে অসমীয়া গ্ৰাম্য জীৱনৰ বহু মধুময় ছবি-স্মৃতি ।