Surprise Me!

জাতিটোৰ সুৰক্ষাৰ স্বাৰ্থতহে বিজেপিৰে মিত্ৰতাত আছে অগপ: ক'লে অতুল বৰাই

2025-07-18 1 Dailymotion

জাতিটো সুৰক্ষিত হোৱাৰ স্বাৰ্থত আমি কেতিয়াবা আগলৈ গৈছো আকৌ কেতিয়াবা পিছলৈ গৈছো । বিজেপিৰে মিত্রতা কৰিছো । এন ডি এৰ অংশীদাৰ হৈছো... ।