গোৱালপাৰাৰ কৃষ্ণাই বিদ্যাপাৰাত অব্যাহত আছে চেপা উত্তেজনা । নিশা উচ্ছেদস্থলীত কমাণ্ডো আৰু ২০০ ৰেপিড একচন ফ'ৰ্চ মোতায়েন । নিশাৰ অভিযানত ১০ উচ্ছেদিতক গ্ৰেপ্তাৰ ।