Surprise Me!

উৰিয়ামঘাটত এওঁলোক কোন ? ক'ৰ পৰা আহিল ? কোনে আনিলে ?

2025-07-19 1 Dailymotion

উজনি অসমৰ সংখ্যালঘুৰ হটস্পট হিচাপে পৰিগণিত হৈছে উৰিয়ামঘাট ৷ গোলাঘাট জিলাৰ উৰিয়ামঘাটত এইবাৰ উচ্ছেদ অভিযান চলাবৰ বাবে সাজু চৰকাৰ ।