খাকী পোছাক পিন্ধি হাতত ৰাইফল ল'লেও তেওঁৰ দুহাতত আছে সুৰৰ যাদু । তবলা, নাল, ঢুলকি, মাদল, খোল কি বজাব নোৱাৰে তেওঁ ।