Surprise Me!

বাকৰি মাটিতে ধন, পথাৰৰ আলিটোৱেও মোকলাইছে স্বাৱলম্বিতাৰ পথ

2025-07-19 4 Dailymotion

পথাৰৰ আলিতে লমালমে লাগিছে হালধীয়া, বগা, ৰঙা, গুলপীয়া‌ ড্ৰেগন ফল । ড্ৰেগন ফলৰ খেতি কৰি স্বাৱলম্বী হোৱাৰ নিদৰ্শন দেখুৱাইছে দুলীয়াজানৰ মধুটিং গাঁৱৰ এজন‌ কৃষকে ।