ভাৰতত মুঠ ১২ টা জ্যোতিৰ্লিংগ আছে । ইয়াৰে ভিতৰত গুৱাহাটী মহানগৰীৰ ডাকিনী পাহাৰত অৱস্থিত একমাত্ৰ জ্যোতিৰ্লিংগটোৱে হৈছে ভীমেশ্বৰ জ্যোতিৰ্লিংগ ।