কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানৰ অভাৱে সৃষ্টি কৰিব পাৰে ভাবুকিৰ ৷ উদ্যানখনত পৰ্যাপ্ত বানপানীৰ অভাৱক লৈ চিন্তিত হৈ পৰিছে উদ্যান কৰ্তৃপক্ষ ৷