অসমীয়া ছবি 'তাৰিখ'ৰ ট্ৰেইলাৰ আৰু শীৰ্ষগীত মুকলি অনুষ্ঠান । এনাজৰী টকীজৰ বেনাৰত নিৰ্মাণ কৰা ছবিখনৰ পৰিচালনা হিমজ্যোতি তালুকদাৰৰ ।