আলফা স্বাধীনৰ শিবিৰত আক্ৰমণ কৰাটো অসমৰ ৰাইজে ভালভাৱে লোৱা নাই । পৰেশ বৰুৱা আলোচনাৰ বিৰোধী নহয় । এই মন্তব্য অনুপ চেতিয়াৰ ।