পঞ্চভূতত বিলীন হ'ল শিক্ষাবিদ, সাহিত্যিক, সমালোচক, নলবাৰী ৰত্ন ডঃ বসন্ত কুমাৰ ভট্টাচাৰ্য । নলবাৰী ৰাজহুৱা শ্মশানত ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন ।