'ৰুদ্ৰ'ই খলকনি তুলিছে সৰ্বত্ৰে । বহুল চৰ্চিত অসমীয়া ছবি 'ৰুদ্ৰ' উপভোগ কৰিলে বৃদ্ধাশ্ৰমৰ ককা-আইতায়ো । দিলে আশীৰ্বাদ ।