ঝাৰখণ্ডৰ খুণ্টিৰ মুণ্ডা জনজাতিৰ লোকসকলে বন সংৰক্ষণৰ দায়িত্ব নিজৰ কান্ধত লৈছে । ইয়াৰ বাবে তেওঁলোকে প্ৰতিবছৰে 'বীৰ হ'ৰো নী' নিয়োগ কৰে ।