Surprise Me!

পৰম্পৰাগত মুখাশিল্পত মুখা কেনেদৰে তৈয়াৰ হয় জানেনে ?

2025-07-24 13 Dailymotion

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ হ’ল এই মুখাশিল্পৰ জনক ৷ প্ৰাক শংকৰী যুগৰ পৰাই অসমত মুখাৰ প্ৰচলন আছিল যদিও পৰম্পৰাগত মুখাশিল্পৰ জনক হিচাপে মহাপুৰুষগৰাকীক জনা যায় ৷