গুৱাহাটীৰ খাৰঘূলিত ঘৰৰ ভিতৰত তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত বন্দনা দাসৰ মৃতদেহ উদ্ধাৰ হৈছিল । হত্যাকাণ্ডৰ পাছদিনা আৰক্ষীয়ে দাসৰ কেয়াৰটেকাৰ ৰাতুল দাসক আটক কৰিছিল ।