Surprise Me!

'৪৭ তে স্থাপিত অসম চিকিৎসা মহাবিদ্যালয়ে পাব এতিয়া নতুন ৰূপ

2025-07-25 0 Dailymotion

ন-ৰূপ পাব অসম চিকিৎসা মহাবিদ্যালয়ে । ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ৩৫৭ কোটি টকাৰ আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।