আমাক দিয়া চৰকাৰী আঁচনিসমূহ বাংলাদেশৰ পৰা দিয়া নাই, অসম চৰকাৰে দিছে । বন বিভাগৰ জাননীক লৈ উত্তপ্ত গোলাঘাট জিলাৰ মেৰাপানীৰ নেঘেৰিবিল ।