হেৰাই যাবলৈ ধৰা ম’হৰ হালবোৱাত ব্যস্ত হালোৱা ককাই । পথাৰত মূৰ তুলিব নোৱৰাকৈ ব্যস্ত ৰোৱনী । ৰ’দত ক’লা পৰিম বুলি ভাবিবলৈয়ো সময় নাই ।