গৃহৰক্ষী জোৱানৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য । প্ৰথমে চাকৰিৰ নামত উৎকোচ সংগ্ৰহ আৰু পিছত ধন উভতাই বিচৰাৰ বাবে গৃহৰক্ষী জোৱানক হত্যাৰ অভিযোগ ।