ডিব্ৰুগড়ত নিৰ্মাণ হ'ব অসম বিধানসভা, মুখ্য সচিব আৰু মন্ত্ৰীৰ কাৰ্যালয় । মন্ত্ৰীৰ আৱাসগৃহও নিৰ্মাণ হ'ব ।