কেন্দ্রীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষাত অসমৰ ফলাফল আশাব্যঞ্জক নহয় । সেয়েহে আছুৱে গ্ৰহণ কৰিছে এই পদক্ষেপ ।