মুখ্যমন্ত্ৰীয়ে কয় যে অসমত বেদখলকাৰীৰ ইমানেই দীঘলীয়া তালিকা প্ৰস্তুত হৈছে যে গোটেই জীৱন মুখ্যমন্ত্ৰী হৈ থাকিলেও খালী কৰিব পাৰিব নে নোৱাৰে তেওঁৰ সন্দেহ হৈছে ।