Surprise Me!

ড্ৰাগছৰ বিৰুদ্ধে এগৰাকী প্ৰাক্তন সাংবাদিকৰ নীৰৱ সংগ্ৰাম

2025-07-26 24 Dailymotion

মৰিগাঁৱৰ মৈৰাবাৰী অঞ্চলক ড্ৰাগছমুক্ত কৰাৰ উদ্দেশ্যে এগৰাকী শিক্ষক তথা প্ৰাক্তন সাংবাদিকে ১১ বছৰে চলাইছে সংগ্ৰাম । এই ড্ৰাগছ বিৰোধী যুঁজত সফলো হৈছে তেওঁ ।