বাংলাদেশৰ মুক্তি আন্দোলত শ্বহীদ হোৱা জোৱানসকলক সন্মানিত কৰাৰ উদ্দেশ্যে স্মাৰক, প্ৰশংসা-পত্ৰ আৰু প্ৰধানমন্ত্ৰীৰ একোখনকৈ পত্ৰ পঠোৱাৰ ব্যৱস্থা কৰিছিল ।