অসমত চাহৰ উৎপাদন ২০ৰ পৰা ২৫ শতাংশ হ্ৰাস । অনাবৃষ্টি আৰু অত্যধিক তাপমাত্ৰা ফলত অসমৰ চাহ উৎপাদনত বিৰূপ প্ৰভাৱ পৰিছে ।