Surprise Me!

বিশ্ব ঐতিহ্য ক্ষেত্রৰ স্বীকৃতি লাভৰ এটা বছৰ; ছেপ্টেম্বৰত চৰাইদেউ মৈদামত আধাৰশিলা স্থাপন কৰিব মুখ্যমন্ত্ৰীয়ে

2025-07-26 0 Dailymotion

চৰাইদেউ মৈদাম ক্ষেত্ৰই বিশ্ব ঐতিহ্যক্ষেত্র হিচাপে স্বীকৃতি লাভৰ সম্পূৰ্ণ হ'ল এটা বছৰ । দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত 'বর্ষপূৰ্তি অনুষ্ঠান' ।