ৰাজ্য চৰকাৰৰ উদ্যোগত ব্যয়বহুলভাৱে নিৰ্মাণকাৰ্য চলি আছে শ্বহীদ স্মাৰক ক্ষেত্ৰৰ । আছুৰ প্ৰতিনিধি দলৰ সৈতে স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন মন্ত্ৰীৰ ।