Surprise Me!

খৰাংপীড়িত কৃষকক সহায় কৰিবলৈ সাজু বিটিআৰ চৰকাৰ

2025-07-27 1 Dailymotion

খৰাং পৰিস্থিতিৰ বাবে বিটিচিৰ ১,৫০০ গাঁৱৰ কৃষক প্ৰভাৱিত হৈছে । ১৫ আগষ্টৰ ভিতৰত বৰষুণ নহ'লে চৰকাৰে ৬৯ হাজাৰ কৃষকক সহায় কৰিব ।