তৃতীয়বাৰৰ বাবে কোকৰাঝাৰত অনুষ্ঠিত হৈছে ১৩৪ সংখ্যক ঐতিহাসিক ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা ৷ উপস্থিত ভাৰতীয় ফুটবল দলৰ অধিনায়ক সুনীল ছেত্ৰী ৷