Surprise Me!

আন্তঃৰাষ্ট্ৰীয় খেল অনুষ্ঠিত কৰাৰ নামত আয়োজকে লুটিলে ধন, দুই শতাধিক খেলুৱৈক প্ৰৱঞ্চনা

2025-07-28 5 Dailymotion

কাৰাটে ইণ্টাৰনেচনেল টুৰ্ণামেন্টত অংশগ্ৰহণ কৰিবলৈ নেপাল, ত্ৰিপুৰাকে ধৰি বহিঃৰাজ্যৰ পৰা আহিছিল খেলুৱৈ । ইয়াৰ পিছতে পলায়ন আয়োজকৰ ।