Surprise Me!

গছ ৰৈ যাব মানুহ গুচি যাব… এগৰাকী প্ৰকৃতিপ্ৰেমীৰ আহ্বান এয়া

2025-07-28 7 Dailymotion

বৃদ্ধি পাইছে পৃথিৱীৰ উষ্ণতা ৷ ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ গছ-গছনি ৰোপণ কৰাটোৱেই চূড়ান্ত সমাধান হিচাপে গণ্য কৰা হয় । আগবাঢ়ি আহিছে ধেমাজিৰ এজন লোক ৷