উৰিয়ামঘাটৰ বিদ্যাপুৰৰ পৰাই আৰম্ভ হৈছে এই উচ্ছেদ অভিযান । উচ্ছেদস্থলীত হ’ব পৰা যিকোনো অনাকাংক্ষিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই সষ্টম হৈ আছে আৰক্ষী-প্ৰশাসন ৷