অভিনেত্ৰী নন্দিনী কাশ্যপৰ বাহনৰ খুন্দাত আঘাতপ্ৰাপ্ত যুৱকৰ মৃত্যু । কিছুসময় পূৰ্বে মহানগৰীৰ এখন ব্যক্তিগত হাস্পতালত শেষঃনিশ্বাস ত্যাগ কৰে ছামিউল হকে ।