মাজুলী জিলা বিজেপি আৰু বিধায়কৰ বিপক্ষে মাজুলী অগপৰ অসন্তুষ্টিৰ পাছত মাজুলীত অতুল বৰা । অসন্তুষ্টি আঁতৰোৱাৰ চেষ্টাৰে মিলিত হৈছে আলোচনাত ।