অসম কৃষি বিশ্ববিদ্যালয়ে সংৰক্ষণ কৰিছে ৭০০০ হাজাৰ বিভিন্ন প্ৰজাতিৰ থলুৱা বীজ । ৫ বছৰত বিভিন্ন শস্যৰ ২৪ প্ৰজাতি বীজ উদ্ভাৱন কৰি উলিয়াইছে বিশ্ববিদ্যালয়খনে ।